Posted inঅসম

তিনিচুকীয়াত আটক চাৰিজন নগা দুধৰ্ষ উগ্ৰপন্থী

জাগুনঃ তিনিচুকীয়া জিলা লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত অস্ত্ৰ-শস্ত্ৰ সহ আটক চাৰিজন নগা দুধৰ্ষ উগ্ৰপন্থী। ধৃত কেডাৰ কেইজন হৈছে উমাল গাংছা,উষা গাংছা ,পাগাং গাংছা,যামগাং গাংছা । আছাম ৰাইফলছ আৰু তিনিচুকীয়া আৰক্ষী যৌথ অভিযানত আটক কেডাৰ কেইজন। ধৃত কেডাৰকেইজন ENNG চমুকৈ (Eastern Naga National Government ) সদস্য় বুলি জানিব পৰা গৈছে। লগতে পঢ়কঃঅত্যাধুনিক মাৰনাস্ত্ৰৰে […]