নিউজ ডেস্কঃ বলীউডৰ এখন আপকামিং চলচ্চিত্ৰ ‘সীতা দ্য ইণ্টিগ্ৰেচন’ ত সীতাৰ চৰিত্ৰত অভিনেত্ৰী কৰীণা কাপুৰ খানে অভিনয় কৰিব বুলি ছ’চিয়েল মিডিয়াত দীৰ্ঘদিন ধৰি চৰ্চা হৈ আছিল। পিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কৰীণাৰ সলনি ‘সীতা’ৰ চৰিত্ৰত কংগনা ৰাণাৱটৰ নাম লোৱাহে দেখা গৈছিল। সকলোৱে ‘সীতা’ৰ চৰিত্ৰত কংগনাক চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। এতিয়া খবৰ পোৱা গৈছে যে কৰীণাৰ ঠাইত […]