Posted inঅসম

২০ বছৰত উত্তৰ-পূবত লোপ পাইছে ৫-১৪ শতাংশ কেনপি কভাৰ, অসম শীৰ্ষত

ঋতিক শৰ্মা : আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয় (University of Maryland)-ৰ এদল বিজ্ঞানীয়ে চলোৱা এক অধ্যয়নত প্ৰকাশ পোৱা মতে ২০২০ চনত উত্তৰ-পূবত ৫ৰ পৰা ১৪ শতাংশ কেনপি ক’ভাৰ (বৃক্ষ আচ্ছাদন) লোপ পাইছে। কেইবা লক্ষাধিক ছেটেলাইট ইমেজ অধ্যয়নৰ জৰিয়তে গৱেষকৰ দলটোৱে এই কথা ঠাৱৰ কৰিছে। উক্ত অধ্যয়নৰ সময়ত তেওঁলোকে বনাঞ্চল ভূমিত ঘটা ক্ষুদ্ৰতম পৰিৱৰ্তনৰ মান নিৰূপণ কৰাৰ উদ্দেশ্যে […]