Posted inঅসম

জীয়া ভৰলীৰ তীব্ৰ গৰাখহনীয়াত আতংকিত ৰাইজ

জামুগুৰিহাটঃ জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত অব্যাহত আছে জীয়া ভৰলী নদীৰ গৰাখহনীয়া। যোৱা দুটাদিনত চামধৰাত নদীৰ ভয়াবহ গৰাখহনীয়াই শংকিত কৰি তুলিছে দহখনৰো অধিক গাঁৱৰ ৰাইজক। দিনে-নিশাই অব্যাহত থকা গৰাখহনীয়াই নদীখনৰ কাষত থকা এটা বান্ধ খহাই পেলোৱাত নিকটৱৰ্ত্তী গাওঁসমূহৰ ৰাইজৰ ভয় আৰু শংকা দুগুণে বৃদ্ধি পাইছে। লগতে পঢ়কঃনামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বিপদসীমাৰ ওপৰেদি বৈছে পানী চতিয়া সমষ্টিৰ বিধায়ক […]