লখিমপুৰঃ লখিমপুৰ জিলাৰ ঘূণাসুঁতিত গৰাখহনীয়াৰ তাণ্ডৱ। খহনীয়াৰ ফলত নদীৰ বুকুত জাহ গ’ল হাজাৰ হাজাৰ হেক্টৰ মাটি। স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি ১৯৯৯ চনৰ পৰাই আৰম্ভ হৈছিল এই খহনীয়া। কিন্তু আজি পৰ্যন্ত বিজ্ঞানসন্মত ভাৱে প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এতিয়া ঘূণাসুঁতিৰ বালিভেটা, নাহৰণী আৰু উৰীয়ামতলাকে ধৰি কেইবাখনো গাঁও খহনীয়াৰ কবলত। এতিয়া স্থানীয় লোকসকলে নিজৰ […]