ইটালীয়ে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ খিতাপ জিকিছে। ইউৰো ২০২০ৰ ফাইনেলত, দলটোৱে পেনাল্টি শ্বুট আউটত ইংলেণ্ডক ৩-২ গ’লত পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত দ্ৰ হৈ আছিল। ইংলেণ্ডে ৫৫ বছৰ ধৰি কোনো খিতাপ জয় কৰা নাই। ইটালীয়ে ইয়াৰ আগতে ১৯৬৮ চনত ইউৰো কাপ খিতাপ জিকিছিল। ইটালীয়ে ৩৪ খন খেলত কোনো খেলত পৰাজিত হোৱা নাই। ৯০ […]