Posted inঅসম

ইউৰো ২০২০ : শ্বাসৰুদ্ধকৰ খেলা! ফ্লান্সক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ছুইজাৰলেণ্ডৰ

নিউজ ডেস্ক : সোমবাৰে নিশা অনুষ্ঠিত ইউৰো কাপৰ এখন চৰম ৰোমাঞ্চকৰ এখন মেচত বিশ্ব চেম্পিয়ন ফ্লান্সক পৰাস্ত কৰি আৰু ছুইজাৰলেণ্ডে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমানিয়াৰ বুক্ৰেষ্টৰ নেশ্যনেল এৰীনাত অনুষ্ঠিত মেচখনত ছুইজাৰলেণ্ডৰ দলে ফ্ৰান্সক পেনাল্টিত ৫-৪ গ’লত পৰাস্ত কৰে। ১২০ মিনিটৰ খেলখনত দুয়োটা দলে ৩-৩ গ’লৰ দ্ৰ খেলাৰ পিছত পেনাল্টিত ফ্ৰান্স পৰাজিত হ’বলগীয়া হয়। ইয়াৰ লগে […]