Posted inমুখ্যপৃষ্ঠা

সাৱধান! গুৱাহাটীত উচ্ছেদ চলিবই…

হিয়া ঢাকুৰি কান্দিছিল তেওঁলোকে। দিনটো দেহৰ ঘাম মাটিত পেলাই কষ্টোপাৰ্জিত ধনেৰে নিশা এসাজ পৰিয়ালটোৰ সৈতে খাই শান্তিৰ নিশ্বাসকণ লাভ কৰাৰ এটাই স্থান- আপোন ঘৰখন। কিন্তু হঠাতে এদিন চৰকাৰ-প্ৰশাসনৰ হাঁতোৰা সদৃশ বুলডজাৰ–জেচিবিৰ চলিল কোব। ভাঙি থৈ গ’ল তেওঁলোকৰ মূৰৰ ওপৰৰ চালিখন, দি থৈ গ’ল এটা গৃহহাৰা জীৱন। ৰাজ্য চৰকাৰৰ নিৰ্দেশ শিলসাঁকো বেদখলমুক্ত হ’ব লাগে, তাত নিৰ্মাণ […]