Posted inঅসম

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকীত স্মৰণ

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ এগৰাকী অন্যতম ৰাজনীতিবিদ তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী। ২০২০ বৰ্ষৰ আজিৰ দিনটোতেই এইজনা মহান ৰাজনীতিবিদে ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীও আয়োজন কৰা হৈছে। আনহাতে তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত তেওঁক স্মৰণ কৰিছে পুত্ৰ তথা সাংসদ গৌৰৱ […]