Posted inঅসম

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বাতিল

গুৱাহাটীঃ বহু অনিশ্চয়তাৰ অন্ত পেলাই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত অৱশেষত আহিল চৰকাৰৰ সিদ্ধান্ত। বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত দিয়ে এই বিশেষ সিদ্ধান্ত। আৰু পঢ়কঃএ চি এছ বিষয়াৰ বিৰুদ্ধে ক’ভিড প্ৰটকল ভংগৰ অভিযোগ; […]