Posted inদেশ-বিদেশ

কৰোনাতংকঃচাৰিমাহলৈ পিছুৱালে NEET PG পৰীক্ষা

নিউজ ডেস্কঃ দেশত কৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে। ক’ৰ’নাৰ দ্বিতীয় ঢৌৱে ভাৰতত ত্ৰাসৰ সৃষ্টি কৰিছে। কৰোণাৰ তীব্ৰ সংক্ৰমণৰ বাবেই কেন্দ্ৰীয় চৰকাৰে  NEET PG পিচুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। চাৰি মাহৰ বাবে পিছুৱাই দিয়া হৈছে NEET PG পৰীক্ষা। পৰীক্ষাৰ দিন পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব আৰু পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে শিক্ষাৰ্থীসকলক কমেও এমাহ সময় দিয়া হ’ব। দেওবাৰে প্ৰধানমন্ত্ৰী […]