Posted inঅসম

গুৱাহাটীত চুলাইৰ বিৰুদ্ধে অভিযান চলাই কেইবাজনো লোকক গ্ৰেপ্তাৰ

গুৱাহাটী : গুৱাহাটীত আবকাৰী বিভাগৰ অভিযান। কামৰূপ মহানগৰ আবকাৰী বিভাগে গুৱাহাটীত চলালে চুলাই বিৰোধী অভিযান। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত চলা এই অভিযানত কেইবাজনো লোক গ্ৰেপ্তাৰ। গুৱাহাটী মহানগৰীত চুলাইৰ বিৰুদ্ধে অধিক কঠোৰ হৈ উঠিছে আবকাৰী বিভাগ। মহানগৰীৰ বিভিন্ন প্ৰান্তত কামৰূপ মহানগৰ আবকাৰী বিভাগে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। যোৱা ১৪ নৱেম্বৰত কামৰূপ মহানগৰ আবকাৰী বিভাগে মহানগৰীৰ চান্দমাৰী, নাৰাংগী […]