জামুগুৰিহাটঃ শোণিতপুৰৰ চাৰিদুৱাৰৰ অঞ্চলৰপৰা আজিৰেপৰা হায়দৰাবাদলৈ ৰপ্তানী হৈছে থলুৱা নেমু, কঁঠাল আৰু আনাৰস । চাৰিদুৱাৰৰ নৱমিলন এগ্ৰ প্ৰডিউছাৰ কোম্পানী লিমিটেডৰ উদ্যোগত চাৰিদুৱাৰৰ সোণাই পামৰপৰা কোম্পানীটোৰ তত্বাৱধানত কৰা নেমু ৪০০ টা, গাৰোগাঁৱৰ কঁঠাল ২৫ টা আৰু ফুপগুৰি নিচিগাঁৱৰপৰা আনাৰস ২০০ টা হায়দৰাবাদলৈ পৰীক্ষামূলকভাৱে ৰপ্তানি কাৰ্যসূচী চাৰিদুৱাৰৰ ননকে বাকোলাত শুভাৰম্ভ কৰে শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে। […]