আজি ফেচবুকৰ জন্মদিন। ২০০৪ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ কেম্ব্ৰিজত জন্ম হৈছিল ফেচবুকৰ। কোম্পানীটোৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ মেনলো পাৰ্কত আছে। ফেচবুক হৈছে আমেৰিকান অনলাইন সামাজিক নেটৱৰ্ক সেৱা, যি মেটা প্লেটফৰ্ম কোম্পানীৰ এটা অংশ। ফেচবুক ২০০৪ চনত মাৰ্ক জুকাৰবাৰ্গ, এডুয়াৰ্ডো চাভেৰিন, ডাষ্টিন মস্কোভিটজ আৰু ক্ৰিছ হিউজেছৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁলোক আটাইকেইজন আছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ। ফেচবুক […]
Tag: Facebook
Posted inদেশ-বিদেশ