Posted inঅসম

ব্যাপক হাৰত কমিবলৈ ধৰিছে ফে’চবুক ব্যৱহাৰকাৰীৰ সংখ্যা

নিউজ ডেস্ক: ব্যাপক হাৰত কমিবলৈ ধৰিছে অন্যতম জনপ্ৰিয় সামাজিক মাধ্যমৰ প্লেটফ’ৰ্ম ফে’চবুক (facebook) ব্যৱহাৰকাৰীৰ সংখ্যা। ফে’চবুকৰ ১৭ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এইদৰে ব্যৱহাৰকাৰীৰ সংখ্যা কমা দেখিবলৈ পোৱা গৈছে। স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে মূল কোম্পানিটোক ফে’চবুকৰ পৰা মেটা (Meta) লৈ সলনি কৰাৰ পিছত এইদৰে ফে’চবুকৰ user base খহা দেখা গৈছে। বুধবাৰে মেটাই প্ৰকাশ কৰা কোৱাৰ্টাৰ্লি ৰিপ’ৰ্টত প্ৰকাশ […]