Posted inঅসম

মানকাচৰৰ ভাৰত-বাংলাদেশ জাল নোট সহ বাংলাদেশী নাগৰিক আটক

মানকাচৰৰ পৰা ২০ কিলোমিটাৰ নিলগৰ ভাৰত-বাংলাদেশ সীমান্তৰ সঞ্জয় সাধু সীমান্ত ৰক্ষী ছাউনীৰ ওচৰৰ মণ্ডল পাৰাৰ পৰা ভাৰতীয় জাল নোটসহ এগৰাকী বাংলাদেশী যুবকক আটক কৰে সীমান্তৰক্ষী বাহিনীয়ে। সীমান্তৰক্ষী বাহিনীৰ দুৰ্বল নিৰাপত্তা ব্যৱস্থাৰ সুযোগ লৈ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত দাঁতভাঙ্গা (ছাটকৰাইবাৰী) গাওঁৰ আবু বক্কৰৰ পুত্ৰ মহম্মদ ৰাশিদুল ইছলামে ভাৰত ভুমিত প্ৰবেশ কৰিছিল। ৬নং বি এন, […]