Posted inফেক্ট-চেক

ফেক্ট-চেক: চাইকেল আৰোহীৰ ওপৰত জপিয়াই পৰিল নাহৰফুটুকী; উত্তৰাখণ্ডৰ বুলি দাবী কৰা এই ভিডিঅ’ প্ৰকৃততে অসমৰ

ঘাইপথেৰে গৈ থকা এজন চাইকেল আৰোহীক অকস্মাৎ পথৰ কাষৰ হাবিৰ পৰা এটা নাহৰফুটুকী বাঘে জপিয়াই আক্ৰমণ কৰা এক ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই ইয়াক উত্তৰাখণ্ডৰ ঘটনা বুলি দাবী কৰা দেখা গৈছে। অৱশ্যে উক্ত সম্পূৰ্ণ মিছা, কাৰণ এই ঘটনাটো উত্তৰাখণ্ডত নহয় অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতহে সংঘটিত হৈছিল। যোৱা ২১ […]