নিউজ ডেস্ক: হৰ্ছ ট্ৰেডিং হোৱা শংকাত ৰাজস্থান পালেগৈ এআইডিইউএফৰ ২২ গৰাকী সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী । নিৰ্বাচনৰ ফলাফল প্ৰকাশ হোৱাৰ আগতেই দলীয় নেতৃত্বই বিশ্বস নকৰা এইসকল প্ৰাৰ্থীক এইদৰে হৰ্ছ ট্ৰেডিং হোৱাৰ ভয়তেই আতৰাই পঠিয়ালে । জয়পুৰত উপস্থিত হৈ এআইডিইউএফৰ ২২ গৰাকী প্ৰাৰ্থী বাহৰ পাতিছে হোটেল ফেয়াৰমাউন্টত ।মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছৰ অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ […]