Posted inঅসম

ভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰা চক্ৰৰ মাষ্টাৰমাইণ্ড ছফিকুল ইছলামক গ্ৰেপ্তাৰ

গুৱাহাটীঃ অৱশেষত আৰক্ষীৰ জালত পৰিল আৰক্ষী বিভাগৰ ভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰা চক্ৰৰ মাষ্টাৰমাইণ্ড ছফিকুল ইছলামক গ্ৰেপ্তাৰ। শুকুৰবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে কালাতলী পথাৰৰ সোণতলীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ ভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰা চক্ৰটোৰ মাষ্টাৰমাইণ্ড গৰাকীক ৷ কামৰূপ আৰক্ষীৰ জালত পৰিছে এটাৰ পিছত এটাকৈ আৰক্ষী বিভাগৰ চাকৰিৰ ভুৱা নিযুক্তি পত্ৰ বিতৰণ কৰা অভিযুক্ত। এই চক্ৰটোৰ মাষ্টাৰমাইণ্ড গৰাকীকে […]