Posted inঅসম

মাজুলীত আৰক্ষীৰ জালত ভুৱা চিকিৎসক

মাজুলীঃ মাজুলীত আৰক্ষীৰ জালত পৰিল ভুৱা চিকিৎসক। ধৃত ভুৱা চিকিৎসক জনৰ নাম অৰবিন্দ ঘোষ। অৰবিন্দ ঘোষৰ ঘৰ উজনি মাজুলীৰ নয়াবজাৰত। নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত লাচোন গাৱঁৰ পৰা গোপন সূত্ৰৰ পম খেদি নয়াবজাৰ আৰক্ষীয়ে আটক কৰিলে ভুৱা চিকিৎসকজনক। লগতে পঢ়কঃক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ ৫০ হাজাৰ টকাৰ সাহাৰ্য মাজুলীৰ লাচোন গাঁৱত আছে ভুৱা চিকিৎসক গৰাকীৰ […]