গুৱাহাটীঃ উত্তৰ গুৱাহাটীত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নকল সোণ। এক গোপন খবৰৰ ভিত্তিত, কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ সহযোগত গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ নাথ নাৰায়ণ আৰু উপ-পৰিদৰ্শক উপানন্দ কলিতাৰ নেতৃত্বত উত্তৰ গুৱাহাটী আৰক্ষীৰ এটা দলে এক অভিযান চলাইছিল। আৰক্ষীয়ে তালাচী অভিযান চলাই এএছ ০৭ ইউ ৫৫২৫ নম্বৰৰ এখন হুণ্ডাই গাড়ীৰ পৰা […]
Tag: Fake gold
Posted inঅসম
শোণিতপুৰত নকল সোণসহ আটক ব্যৱসায়ী
Posted inঅসম