মৰিগাঁওঃ মৰিগাঁৱত নকল টকা সহ দুই যুৱক-যুৱতী আটক। মৰিগাঁও চহৰৰ সমীপৱৰ্তী বৰঙ্গাবাৰীৰ সুদৰ্শন বাৰৰ পৰা আটক দুই যুৱক যুৱতীক। আটকাধীন যুৱক-যুৱতীদ্বয় জাগীৰোড শিলভঙাৰ মজিফা বেগম আৰু হোজাইৰ জইনাল উদ্দীন বুলি জানিব পৰা গৈছে। দুয়ো যুৱক-যুৱতীয়ে ব্যৱহাৰ কৰা এ এছ ০১ জে চি ০৫৩৬ নম্বৰৰ এখন মাৰুতি চুইফট ডিজায়াৰ গাড়ী জব্দ কৰে আৰক্ষীয়ে। লগতে পঢ়কঃপথ-দুৰ্ঘটনাকলৈ মৰিয়নিত […]