মঙলদৈঃ দৰং আৰক্ষীয়ে বিশেষ অভিযান চলাই আলফাৰ নামত ধনদাবীৰে জড়িত ৩ যুৱকক কৰায়ত্ব কৰিছে। মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াৰ নেতৃত্বতআৰক্ষীৰ দলটোৱে প্ৰথমে মঙলদৈ কৰিমচ’কত অভিযান চলাই জোনজ্যোতি বনিয়া নামৰ যুৱকজনক কৰায়ত্ব কৰে। লগে লগে দলটোৱে বনিয়াক লগত লৈ আউলাচৌকাৰ সমীপৱৰ্তী কালিয়াপাৰাত অভিযান চলাই আজাদ আলি নামৰ আন এজনক কৰায়ত্ব কৰে। কৰায়ত্ব ২ জনক লৈ […]