Posted inঅসম

গহপুৰত জব্দ নকল সোণৰ নাও: আটক ৩জন

গহপুৰঃ গহপুৰৰ গৰুধোৱাডুবিত আটক নকল সোণৰ নাও সহ তিনিজনলোক। চিনাধৰা তাঁতী নামৰ লোকজনৰ ঘৰত গাঁওৰক্ষীবাহিনীয়ে আটক কৰে মধ্যপ্ৰদেশৰ অৰবিন্দ পাঠক, দেবেন্দ্ৰ পাঠক, ৰাজেশ কুমাৰ, গুৱাহাটীৰ মানিক সিং নামৰ তিনিজন লোকক। লগতে পঢ়কঃবিশ্বশান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে জামুগুৰিহাটৰ মনাই অঞ্চলত হৰি কীৰ্তন অনুষ্ঠান জানিব পৰা মতে, এই তিনিজন লোকক জনৈক ইছলাম নামৰ এজন ব্যক্তিয়ে এখন সোণৰ নাও ৫ […]