ধুবুৰীঃ ৰাজ্য়জুৰি জোকাৰি যোৱা নিমাতীঘাটৰ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগ। অৱশেষত বন্ধ কৰি থোৱা MV BOB KHATING নামৰ জাহাজ খন ধুবুৰীৰ পৰা ফকিৰগঞ্জ লৈ আজিৰ পৰা চলাচল পুনৰ আৰম্ভ কৰিছে । ইমান দিনে এটা ইঞ্জিনৰে ভয়াবহ ভাবে ভূটভূটী সমূহে চলি আছে এই পাৰঘাটটোত । শনিবাৰ বিয়লি ৩ বজাৰ পৰা ৫৯ […]