নিউজ ডেস্কঃ ‘তুফান’ শীৰ্ষক চলচ্চিত্ৰৰ বাবে বলীউড অভিনেতা ফাৰহান আখতাৰলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আগবঢ়োৱা হৈছে। অভিনেতা জনে টুইটাৰত এটা ভিডিঅ’ প’ষ্ট কৰি তুফান চলচ্চিত্ৰৰ সমূহ কৰ্মকৰ্তাৰ লগতে ‘জুৰী’ক ধন্যবাদ জ্ঞাপন কৰে। দাদা চাহেব ফালকে চলচ্চিত্ৰ মহোৎসৱৰ টুইটাৰ পৃষ্ঠাৰ পৰাই ফাৰহান আখটাৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। সোমবাৰে ঘোষণা কৰা হৈছিল দ্বাদশ দাদাচাহেব ফালকে বঁটা। এই বঁটা […]