নিউজ ডেস্ক : অৱশেষত সামৰণি পৰিল তিনিখন কৃষি আইনক বিৰুদ্ধে যোৱা এটা বছৰ ধৰি চলাই অহা কৃষক আন্দোলনৰ। আন্দোলনৰ মূল মঞ্চ সংযুক্ত কৃষক মৰ্চাই আজি এই কথা ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰে আন্দোলনকাৰী কৃষকসকলৰ সকলো দাবী মানি লোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিবাদী কৃষকসকলৰ দাবীসমূহ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বাক্ষৰিত এখন পত্ৰ লাভ […]