Posted inNews

পুনৰ হাৰিয়ানাত কৃষকৰ প্ৰতিবাদ

নিউজ ডেস্ক: দেশত পুনৰ আৰম্ভ হৈছে কৃষকৰ আন্দোলন । হাৰিয়ানাত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে কৃষকসকলে। সূর্যমুখী ফুলৰ নিম্নতম সামৰ্থক মূল্যৰ দাবীত লগতে লাঠী চালনাৰ বিৰুদ্ধে এই প্ৰতিবাদ কৃষকসকলৰ । উল্লেখ্য যে প্ৰতিবাদৰ অংশস্বৰূপে পিপলিত কৃষকসকলে এখন মহাপঞ্চায়ত অনুষ্ঠিত কৰে । ইফালে চৰকাৰৰ সৈতে আলোচনাৰ বাবে প্ৰতিবাদকাৰী কৃষকসকলে দুপৰীয়া ২ বজালৈকে সময় দিছিল । […]