Posted inঅসম

মৰাণৰ পথাৰত ব্যস্ততা বাঢ়িছে কৃষকৰ 

মৰাণ, স্বপনীল দেউৰীঃ ধৰাৰ উজ্জীৱিত বুকুত পথাৰ সেউজীয়া কৰাৰ সময় এতিয়া। ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ মৰাণৰ পথাৰতো বাঢ়িছে কৃষক সকলৰ ব্যস্ততা। মৰাণৰ সমীপৰ খোৱাং বাঁ‌হনি পথাৰ গাঁ‌ৱৰ পথাৰসমূহত জাক জাক ৰোৱনী ব্যস্ত হৈ পৰিছে।  আঘোণৰ সোণোৱালী পথাৰখনৰ সপোন দেখি কৃষক ৰাইজ নামি পৰিছে খেতি পথাৰত । পথাৰত এতিয়া ভূঁ‌ই ৰোৱাত ব্যস্ত ৰোৱনী সকল । পৰম্পৰাগত […]