Posted inঅসম

‘গ্ৰীণ কমাণ্ডো’ৰ জৰিয়তে অসমত কৃষি বিপ্লৱৰ সপোন দেখা এজন উচ্চ শিক্ষিত কৃষক

নিউজ ডেস্ক : আজিৰ সময়ত নৱ প্ৰজন্মৰ মাজত কৃষি কৰ্মৰ প্ৰতি সততে অনিহা প্ৰকাশ কৰা দেখা যায়। ঘৰত যথেষ্ট পৰিমাণে কৃষিভূমি থকাৰ পিছতো তেওঁলোকে লাগিলে কম পইচাতে হ’লেও বেলেগ কামত নিজকে নিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ মাজত কৃষি কৰ্মৰ প্ৰতি অনিহা বৃদ্ধি পাবলৈ ধৰাটো এক চিন্তনীয় বিষয় হৈ পৰিছে। কিয় বৰ্তমান সময়ত […]