Posted inঅসম

বৈজ্ঞানিক পদ্ধতিৰে আলু খেতি কৰি সপোন ৰচিছে মুন্নাফ আলীয়ে

গোৰেশ্বৰ : নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যত এতিয়া একাংশ যুৱক-যুৱতী দুচিন্তাত ভুগি থকাৰ বিপৰীতে গোৰেশ্বৰৰ সমীপৱৰ্তী কামৰূপ গ্ৰাম্য জিলাৰ গাছবাৰীৰ জটিয়াভাংৰা গাঁৱৰ এগৰাকী শিক্ষিত যুৱক এতিয়া ব্যস্ত হৈ পৰিছে আলু খেতিত। চৰকাৰী চাকৰিলৈ আশা কৰি সময় খৰচ কৰাৰ বিপৰীতে গাছবাৰী জটিয়া ভাংৰাৰ মুন্নাফ আলীয়ে কোনো ধৰণৰ চৰকাৰী সহায় সহযোগিতা অবিহনে নিজা প্ৰচেষ্টাত আলু খেতি কৰি স্বাবলম্বী […]