Posted inঅসম

স্বাবলম্বী হোৱাৰ সংগ্ৰামত লখিমপুৰৰ যুৱতী ধৰিত্ৰী গগৈ

লখিমপুৰঃ কৰোণাৰ বিভিষিকাময় পৰিস্থিতিত বহুতে নিজৰ কৰ্মসংস্থাপন হেৰুৱাব লগা হৈছে। কিছুলোকে নিজৰ চাকৰি এৰি স্ব-গৃহলৈ উভতি অহাও পৰিলক্ষিত হৈছে। তেনে সময়তে মুম্বাইত ফেশ্বন ডিজাইনিং কোম্পানীত চাকৰি কৰি থকা লখিমপুৰৰ এগৰাকী উচ্চশিক্ষিত যুৱতীয়েও নিজৰ চাকৰি এৰি নিজ গৃহলৈ উভতি আহি স্বগৃহতে ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগ আৰম্ভ কৰি স্বনিৰ্ভৰশীল হৈ উঠিছে। উত্তৰ লখিমপুৰৰ মিলন নগৰৰ ধৰিত্ৰী গগৈ নামৰ যুৱতী […]