Posted inঅসম

২৯ ডিচেম্বৰত চানচিল্ক মেগা মিছ নর্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

গুৱাহাটী : উত্তৰ-পূর্বাঞ্চলৰ সর্ববৃহৎ ফেশ্বন আৰু পেজেণ্ট ইভেন্ট সংগঠক মেগা এণ্টাৰটেইনমেন্টে গুৱাহাটীৰ ছােহম এম্পােৰিঅ’ত অনুষ্ঠিত সংবাদমেলত চানচিল্ক মেগা মিছ নর্থ ইষ্টৰ ১৮ সংখ্যক সংস্কৰণৰ গ্ৰেণ্ড ফিনালেৰ তাৰিখ ঘােষণা কৰে। সংবাদমেলত ফেশ্বন উদ্যোগী তথা মেগা এন্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিত সিংহ, মেগা মিছ নর্থ ইষ্ট ২০১৮ জ্যোতিস্মিতা বৰুৱা আৰু মেগা এণ্টাৰটেইনমেণ্টৰ অফিচিয়েল ডিজাইনাৰ দীপিকা দেৱীয়ে ভাষ্য প্রদান কৰে। […]