Posted inNews

যুৱক-যুৱতীক নিযুক্তি: আগশাৰীৰ নিযুক্তি প্ৰদানকাৰী হিচাপে পৰিগণিত FCI

নিউজ ডেস্ক- গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ অধীনৰ অন্যতম বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ ভাৰতীয় খাদ্য নিগম চমুকৈ এফচিআয়ে বিগত কিছু বছৰত অন্যতম আগশাৰীৰ নিযুক্তি প্ৰদানকাৰী হিচাপে পৰিগণিত হৈছে। যিয়ে প্ৰতি বছৰে বৃহৎ সংখ্যক যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিছে। এফ চি আইৰ নিযুক্তি প্ৰক্ৰিয়া কেৱল অনলাইন পৰীক্ষাৰ জৰিয়তেহে চলোৱা হয়। এই পৰীক্ষাৰ বিজ্ঞাপনসমূহ ৰাষ্ট্ৰীয়/স্থানীয় বাতৰি […]