গোৰেশ্বৰঃ গোৰেশ্বৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হ’ল আন্তর্জাতিক নাৰী দিৱস। নাৰী দিৱসৰ লগত সংগতি ৰাখি গোৰেশ্বৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত IQAC অৰ্থাৎ (ইন্টাৰনেল কোৱালিটি এচুৰেঞ্চ চেল )ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যাপিকা ড° ফৰিদা আলমৰ সভাপতিত্ব অনুষ্ঠিত সভাখন আঁত ধৰে মহাবিদ্যালয় শিক্ষক গোটৰ সভানেত্ৰী ড° প্ৰতিভা পাটোৱাৰীয়ে। […]