গুৱাহাটী : অসম ফেন্সিং সন্থাৰ উদ্যোগত দেওবাৰে ৰাজ্যিক ফেন্সিং প্ৰতিযোগিতাৰ সামৰণি পৰে। গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত গুৱাহাটীয়ে ১১টা স্বৰ্ণ পদক লাভ কৰি শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে তিনিচুকীয়াই ৮ টা স্বৰ্ণ পদক লাভ কৰি দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। প্ৰতিযোগিতাখনত ব্যক্তিগতভাৱে স্বৰ্ণ পদক দখল কৰা একাংশ খেলুৱৈ হ’ল […]
Tag: Fencing
Posted inক্ৰীড়া