Posted inঅসম

মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ যাত্ৰীবাহী ফেৰী

নিউজ ডেস্কঃ মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ আছে দুখনকৈ যাত্ৰীবাহী ফেৰী। নদীৰ মাজত ঘন কুঁৱলীৰ বাবে আবদ্ধ হৈ পৰিল ফেৰীদুখন। দুয়োখন ফেৰীতে আছে শতাধিক যাত্ৰী। আৰু পঢ়কঃধেমাজিত মাছ ধৰিবলৈ আহি ২ ছাত্ৰৰ কৰুণ মৃত্যু মাজুলী-যোৰহাট আৰু যোৰহাট -মাজুলী অভিমুখী আছিল ফেৰীদুখন। কালিৰে পৰা দ্ৰুতগতিত বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী ফলত নদীৰ মাজত ঘন কুঁৱলীৰ সৃষ্টি হৈছে। দুুয়োখন […]