Posted inঅসম

নিমাতীঘাট ফেৰী দুৰ্ঘটনা : প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্বিচাৰ লাঠিচাৰ্জ

মাজুলী : মাজুলীত সংঘটিত শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছতে ক্ষোভিত হৈ পৰিছে সমগ্ৰ মাজুলীবাসী। আজি মুখ্য মন্ত্ৰীৰ উপস্থিতিৰ পিছতে আছু আৰু সাধাৰণ জনতাৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰে মাজুলী। ঘটনাস্থলী পৰিদৰ্ষণৰ বাবে মাজুলীত উপস্থিত থকা শক্তি মন্ত্ৰী বিমল বৰাক গড়মুৰ চাৰিআলীৰ ৰাজপথত আধা ঘণ্টাতকৈ অধিক সময় বহুৱাই লৈ উত্তেজিত ৰাইজে নিজৰ ক্ষোভ উজাৰে। ‘ফেৰীবিলাকত লাইফ জেকেটৰ কোনো […]