Posted inঅসম

অনিৰ্দিষ্ট কাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ গুৱাহাটী – উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা। বিপদসীমাৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। সেয়ে আভ্যন্তৰীন জল পৰিবহন বিভাগে ফেৰী সেৱা বন্ধৰ সিদ্ধান্ত লয়।