Posted inঅসম

নিমাতী ঘাটত পুনৰ আৰম্ভ হ’ল একক ইঞ্জিন যুক্ত ফেৰী চলাচল

মাজুলীঃ সমগ্ৰ অসম জোকাৰি যোৱা মাজুলী নাও দুৰ্ঘটনাৰ মাত্ৰ এমাহ হোৱাৰ পাছতেই নিমাতী ঘাটত পুনৰ আৰম্ভ হ’ল একক ইঞ্জিন যুক্ত ফেৰী চলাচল। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই এক ইঞ্জিনযুক্ত ফেৰী চলাচল বন্ধৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু অভিশপ্ত নিমাতী ফেৰী দুৰ্ঘটনাৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ল’লে এই চৰম […]