মাজুলীঃ মাজুলীৰ আফলামুখ ফেৰী ঘাটত আজিৰ পৰা চলিল ৰাজলক্ষ্মী নামৰ এখন নতুন ফেৰী। প্রত্যেক দিনাই আফলামুখ ঘাটৰ পৰা পুুৱা ৯.৩০ বজাত চলিব ৰাজলক্ষ্মী। আফলামুখ ফেৰী ঘাটত যাত্ৰীয়ে পুৱতি নিশাৰ পৰা টিকটৰ বাবে অপেক্ষা কৰিবলীয়া পৰিস্থিতি এই ফেৰীখনৰ চলাচলে আজিৰে পৰা কিছু হ্ৰাস কৰিব। লগতে পঢ়কঃঘূণাসুঁতিৰ জীয়ৰী মাইনা চুতীয়াৰ ’ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত ইফালে […]
Tag: Ferry
Posted inঅসম