Posted inক্ৰীড়া

লিওনেল মেছিক চেৰ পেলাই ইতিসাহ ৰচিলে ভাৰতীয় ফূটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে

নিউজ ডেস্ক : আৰ্জেনটিনাৰ ফুটবল ছুপাৰষ্টাৰ লিওনেল মেছিক চেৰ পেলাই দ্বিতীয় সৰ্বোচ্চ আম্তৰ্জাতিক গোল স্কোৰাৰৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ফূটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে। সোমবাৰে বাংলাদেশক ২০২২ৰ ফিফা ৱৰ্ল্ড কাপ আৰু ২০২৩ৰ এ এফ চি এছিয়ান কাপ প্ৰতিযোগিতাৰ প্ৰি কোৱালিফায়িং মেচত ২-০ গ’লত পৰাস্ত কৰাৰ পিছতে চেত্ৰীয়ে এই ইতিহাস গঢ়ে। প্ৰতিযোগিতাখনত ভাৰতৰ হৈ […]