Posted inNews

২০২৬ৰ ফিফা বিশ্বকাপৰ ল’গ মুকলি

নিউজ ডেস্ক: ক্ৰমাগত ২০২৬ ৰ ফিফা বিশ্বকাপ। ফুটবল ক্ৰীড়াপ্ৰেমী বাবে ফিফা বিশ্বকাপ অন্য এক আনন্দদায়ক উৎসৱৰ দৰে। লছ এঞ্জেলছ চহৰৰ গ্রিফিথ অবজাৰভেটৰিৰ বর্ণাঢ্য অনুষ্ঠানত বিশ্বকাপৰ ল’গ’ মুকলি কৰে ইনফেন্টিনো আৰু ব্ৰাজিলৰ ৰ’নাল্ডোৱে। উল্লেখ্য যে, ল’গৰ বেকগ্ৰাউণ্ডত বগা ৰঙেৰে লিখা আছে ‘২৬’। ২৬ সংখ্যাৰ ওপৰত আকর্ষণ হিচাপে বহুওৱা হৈছে বিশ্বকাপ ট্রফী। এইবাৰ প্ৰথমবাৰৰ বাবে ফিফাৰ বিশ্বকাপৰ […]