উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱ ২০২৩, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত মুম্বাইৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমত অনুষ্ঠিত হৈছিল। য’ত ‘ব’হাগ ব’হাগ মন’ক ‘পৰিৱেশ আৰু সংস্কৃতি’ৰ শাখাত শ্ৰেষ্ঠ চুটি ছবি হিচাপে ঘোষণা কৰা হৈছে। ছবিখন পৰিচালনা কৰিছিল পাৰ্থসাৰথি মহন্তই আৰু প্ৰযোজক মিনা মহন্ত আৰু দেৱজিৎ ভূঞা আছিল। তদুপৰি পাৰ্থসাৰথি মহন্তৰ পৰিচালিত আৰু মিনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনা […]