নিউজ ডেস্ক : জনপ্ৰিয় ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছে অসমৰ গায়ক, সংগীতশিল্পী নিলোৎপল বৰা। ফিল্মফেয়াৰৰ অ’ টি টি এৱাৰ্ডৰ বাবে তেওঁক মনোনীত কৰা হৈছে। ‘Aspirants’নামৰ ৱেব চিৰিজখনত কৰা কামৰ বাবে নিলোৎপল বৰা আৰু ৰোহিত শৰ্মাৰ যুটিটোৱে শ্ৰেষ্ঠ মৌলিক ছাউণ্ডট্ৰেক (Best Original Soundtrack) শাখাত মনোনয়ন লাভ কৰিছে। তেওঁলোকৰ উপৰি এইবাৰৰ ফিল্মফেয়াৰ বঁটাৰ Best Original Soundtrack শাখাত […]