নিউজ ডেস্কঃ অপ্ৰত্যাশিত পৰিস্থিতিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে নগালেণ্ড ভ্ৰমণ স্থগিত ৰাখিছে। ফলস্বৰূপে, নগালেণ্ডৰ চৰকাৰে পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা “কৰ্পোৰেট সামাজিক দায়বদ্ধতা, বিনিয়োগ আৰু বেঙ্কিং সন্মিলন” স্থগিত ৰাখিব লগা হয়। নগালেণ্ডৰ বিনিয়োগ আৰু উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা আয়োজিত এইয়া প্ৰথম চিএছআৰ সন্মিলন আছিল। অনুষ্ঠান স্থগিত ৰখাৰ বাবে নগালেণ্ড চৰকাৰে এক বিবৃতি যোগে কয়, […]