নিউজ ডেস্কঃ নগ্ন ফটোশ্বুট কৰি এতিয়া বিপদত পৰিছে ৰণবীৰ সিং। বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে FIR। এখন মেগাজিনৰ বাবে নগ্ন ফটোশ্বুট কৰাৰ পাছত এটা বেচৰকাৰী সংস্থাই চেম্বুৰ আৰক্ষী থানাত ৰণবীৰ সিঙৰ বিৰুদ্ধে দাখিল কৰিছে এই FIR। অভিনেতাগৰাকীৰ বিৰুদ্ধে আইপিচি ধাৰা ২৯২, ২৯৩ আৰু ৫০৯ অধীনত দাখিল কৰা হৈছে এফআইআৰ। তদুপৰি ৰণবীৰৰ বিৰুদ্ধে আইটি […]