দেশৰ প্ৰতিৰক্ষা খণ্ডত এক নতুন ইতিহাসৰ সূচনা। বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনত কাৰ্যকৰীভাৱে নিয়োজিত হৈছে প্ৰথমগৰাকী মহিলা বিষয়া। এই অনন্য কৃতিত্ব অৰ্জন কৰিছে ভাৰতীয় সেনাৰ ফায়াৰ এণ্ড ফাৰী কৰ্পছৰ কেপ্তেইন শিৱ চৌহানে। চিয়াচেন যুদ্ধ বিদ্যালয়ত অন্যান্য সেনা কৰ্মচাৰীৰ সৈতে এমাহৰ কষ্টকৰ প্ৰশিক্ষণৰ অন্তত চিয়াচেনত নিযুক্ত হৈছে শিৱ চৌহান। মঙলবাৰে অগ্নিনিৰ্বাপক বাহিনীয়ে চৌহানক প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত […]