নিউজ ডেস্ক: শ্বহীদ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা অনুষ্ঠানত সংঘটিত হয় গুলীচালনাৰ ঘটনা। আমেৰিকাত সংঘটিত হোৱা এই ঘটনাত প্ৰায় ১৬ জন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো লোক। আমেৰিকাৰ হৈ বিভিন্ন যুদ্ধত প্ৰাণ আহুতি দিয়া সাহসী জোৱানসকলক স্মৰণ কৰি প্ৰতি বছৰে স্মৃতি দিৱস উদযাপন কৰা হয়। ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰি দেশৰ সকলো […]