Posted inঅসম

ডিফুত দিন-দুপৰতে ব্যৱসায়ীক গুলীয়াই হত্যা; DNLA জড়িত থকাৰ সন্দেহ

শনিবাৰে দিন-দুপৰতে হোৱা এটা গুলীচালনাৰ ঘটনাক ডিফু চহৰত চাঞ্চল্যৰ সৃষ্টি হৈছে। বাইকত গৈ থকা এগৰাকী যুৱকক আগভেটি ডিফু-ধনশিৰি পথৰ হাতীকেম্পত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। শূন্য দূৰত্বৰ পৰা পিষ্টলেৰে মূৰত গুলীয়াই হত্যা কৰা দেৱজিৎ সিনহা নামৰ যুৱকজনৰ থিতাতে মৃত্যু হয়। প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে দিনৰভাগত বাইকেৰে ধনশিৰিৰ মাহীয়েকৰ ঘৰলৈ গৈ আছিল দেৱজিৎ সিনহা নামৰ যুৱকজন। যুৱকজনৰ […]