Posted inদেশ-বিদেশ

মথুৰা ৰেল ষ্টেচনৰ পৰা সন্ধানহীন হোৱা শিশু উদ্ধাৰ হৈছে বিজেপি কাউন্সিলাৰৰ বাসগৃহত

নিউজ ডেস্কঃ মথুৰা ৰেল ষ্টেচনত শুই থকা অৱস্থাত মাতৃৰ কাষৰ পৰা সন্ধানহীন হোৱা এটি সাতমহীয়া শিশু মথুৰা ৰেল ষ্টেচনৰ পৰা ১০০ কিলোমিটাৰ দূৰৰ ফিৰোজাবাদৰ বিজেপিৰ এগৰাকী মহিলা কাউন্সিলাৰৰ ঘৰত উদ্ধাৰ হৈছে। গোটেই ঘটনাটো মথুৰা ষ্টেচনৰ চিচিটিভি কেমেৰাত ধৰা পৰিছিল। চিচিটিভি ফুটেজ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এনডিটিভিত প্ৰকাশিত বাতৰি মতে, চুৰি হোৱা শিশুটো ফিৰোজাবাদৰ […]