বৰ্তমান ভাৰতত কোৰোণা ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি বেছিভাগ ৰাজ্যতে লকডাউন ঘোষণা কৰা হৈছে, যাৰ পৰিপেক্ষিতত বিবাহ আদি সামাজিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধা-নিষেধ আৰোপ কৰা হৈছে। কিন্তু ইয়াৰ মাজতে তামিলনাডুৰ এহাল দম্পত্তীয়ে লকডাউনৰ নীতি-নিয়মৰ পৰা হাত সাৰিবলৈ আকাশত গৈ বিবাহপাশত আৱদ্ধ হোৱা এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। […]