Posted inঅসম

অসমলৈ দুই কোটি টকাতকৈ অধিক বান সাহায্য Walmart, Flipkart-ৰ

অসমক বান সাহায্য আগবঢ়াইছে বহুজাতিক প্ৰতিষ্ঠান Walmart Foundation আৰু Flipkart Foundation-এ। বৃহস্পতিবাৰে দুয়োটা প্ৰতিষ্ঠানে অসমত বান সাহায্যৰ উদ্দেশ্যে ২ কোটিতকৈ অধিক টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। এই পুঁজিৰ জৰিয়তে ‘Doctors For You’ নামৰ মানৱতাবাদী সংস্থাটোয়ে অঞ্চলটোত বান পীড়িত লোকসকলক সহায় কৰিব বুলি দুয়োটা প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক যুটীয়া বিবৃতিত কোৱা হৈছে। ‘Doctors For You’ […]