Posted inঅসম

ৰঙিয়াত বানবিধ্বস্ত ৰাইজক বানসাহাৰ্য বিতৰণ

ৰঙিয়াঃ ৰঙিয়াত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্তসকললৈ বান সাহাৰ্য্য বিতৰণ। নৱাৰুণ দ্য ৰাইজিং নামৰ এটা বেচৰকাৰী সংস্থা আৰু Mutual fund distributor আৰু Asset management company ৰ যৌথ সহযোগত ৰঙিয়াৰ বানবিধ্বস্ত ঠাই বিহাপাৰাত বান সাহাৰ্য্য প্ৰদান কৰে। এই সংস্থাটোৱে বিহাপাৰাৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সাহাৰ্য্য বিতৰণ কৰে। সাহাৰ্য্য বিতৰণৰ এই কাৰ্যসূচীত ৰঙিয়া মহাবিদ্যালয়ৰ ১০ গৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে […]