Posted inঅসম

আহিন মহীয়া বানত পুনৰ বুৰিল ধেমাজি জীয়াঢ়ল অঞ্চলৰ ১০খন গাঁও

ধেমাজি, অংকুৰ নৰহ: এসপ্তাহ ধৰি অসম আৰু অৰুণাচল প্ৰদেশত নেৰা-নেপেৰা বৰষুণৰ ফলত ধেমাজিৰ চকুলো খ্যাত জীয়াঢল নৈয়ে পুনৰ বুৰাই পেলালে জীয়াঢ়ল অঞ্চলৰ ১০খন গাঁৱৰ ৬৩৩ টা পৰিয়ালৰ বাসগৃহ লগতে শ শ বিঘা কৃষিভূমি। দিহিৰি চাপৰি, দিহিৰি কছাৰী, তিনিঘৰীয়া, ২নং চাংমাই দলনি, ৩নং কমলপুৰ, আজাৰাবাৰী, তিনিঘৰীয়া কেকুৰী আৰু দিহিৰি লেপং আদিকে ধৰি মুঠ ১০খন গাওঁ প্লাবিত। […]