নিউজ ডেস্কঃ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজিৰ পৰা অসমলৈ আগবঢ়োৱা হৈছে ৫২০.৪৭ কোটি টকা। সোমবাৰে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক বৈঠকত অসমৰ কাৰণে এই পুঁজি অনুমোদন জনোৱা হয়। অসমৰ উপৰি মেঘালয়ক ৪৭.৩৩ কোটি, নাগালেণ্ডক ৬৮.০২ কোটি, হিমাচল প্ৰদেশক ২৩৯.৩১ কোটি আৰু কৰ্ণাটকৰ কাৰণে ৯৪১.০৪ কোটি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত অনুমোদন […]